Baahi by xomoy

Rename playlist

Enter new name

Bhalpuwa Enekuwai, Listen the songs of  Bhalpuwa Enekuwai, Play the songs of Bhalpuwa Enekuwai, Download the songs of Bhalpuwa Enekuwai

Bhalpuwa Enekuwai

Copyright © LBE

Similar Songs

About song

Artists :Arundhati Bhanupriya
Genre :Romantic
122 Plays
Music: Prasanta Saikia
Tune: Parag Kalita
Lyricist: Parag Kalita
Composition: Parag Kalita
Copyright © LBE

Lyrics

নকলোৱেইবা
তুমি বুজি পাব লাগে নহয়
নিদিলোৱেইবা
তুমি খুজি ল'ব লাগে হৃদয়

প্ৰীতিয়ে সাৱতে গা
সমীৰে লগালে মাত
তোমাতেই প্ৰতিটো প্ৰভাত
তুমি আহি দিয়াহি সাহসৰে হাত
ভালপোৱা‌ এনেকুৱাই....

কঁপালৰ ৰঙাকৈ‌ বেলিটো
আঁকি দিলে তুমি হ'বা মোৰ
বুকুৰ গভীৰলৈ বোৱাই ল'বা জীৱন জুৰি মোক

হেঁপাহৰ কোলাতে শুৱাই লৈ
আঙুলি বুলাই দিম জানা মই
চকুতে চকু থৈ ৰ'বা
ক'বা তুমি মাথো মোৰ

প্ৰীতিয়ে সাৱতে গা
সমীৰে লগালে মাত
তোমাতেই প্ৰতিটো প্ৰভাত
তুমি আহি দিলাহি সাহসৰে হাত
ভালপোৱা‌ এনেকুৱাই....

নকলোৱেইবা
তুমি বুজি পাব লাগে নহয়
নিদিলোৱেইবা
তুমি খুজি ল'ব লাগে হৃদয়

প্ৰীতিয়ে সাৱতে গা
সমীৰে লগালে মাত
তোমাতেই প্ৰতিটো প্ৰভাত
তুমি আহি দিয়াহি সাহসৰে হাত
ভালপোৱা‌ এনেকুৱাই